বোকাখাতৰ শিলভেটাত হত্যাকাণ্ড : নিজ স্বামীৰ হাতত প্ৰান গ’ল মহিলাৰ :

বোকাখাতৰ শিলভেটাত হত্যাকাণ্ড : নিজ স্বামীৰ হাতত প্ৰান গ’ল মহিলাৰ  :
Aiidesh Photo

Aiidesh News : 15 August - 2025 :

স্বাধীনতা দিৱসৰ পুৱাই বোকাখাত সম জিলাৰ শিলভেটাত এক লোমহৰ্ষক হত্যাকাণ্ড সংঘৰ্টিত হয় ৷ হত্যাকাণ্ডত নিজৰ বাসগৃহতে স্বামীৰ হাতত প্ৰাণ দিব লগা হয় পত্নীয়ে । শিলভেটাৰ প্ৰমীলা ওৰাঙ নামৰ মহিলা গৰাকীক পাৰিবাৰিক কন্দলৰ বাবেই লাঠিৰে আক্ৰমণ কৰি হত্যা কৰে স্বামী সুনীল ওৰাঙে । পত্নীহন্তা শিলভেটা গাওঁৰ নিৱাসী সুনীল ওৰাঙক আটক কৰে বোকাখাতৰ আৰক্ষীয়ে ।

**********